Parichay | Ukiyoto
top of page

গ্ৰন্থ সমালোচনা আৰু লেখা দুয়োবিধতে পৰিপক্কতাৰ পৰিচয় লৈ 'পৰিচয়' নামৰ কবিতা পুথিখন প্ৰাণ পাই উঠে | দুখন প্ৰবন্ধ সংকলন, তিনিখন উপন্যাস আৰু অন্য দুখন কবিতা পুথি প্ৰকাশ পোৱা ইনু শৰ্মাৰ কবিতাত জীৱনৰ সুখ-দুখ, হৰ্ষ-বিষাদ, সমস্যা আদিয়ে আগ ভাগ পাই আহিছে | কবিতাই নিজস্ব গতিৰে আগুৱাই গৈ কবিৰ কষ্ট সাৰ্থক ৰূপত উপবিষ্ট হ'ব তেতিয়াই, যেতিয়া পঢ়ুৱৈয়ে গ্ৰন্থখন আদৰি ল'ব | কবিতাবোৰ সহজ সৰল ভাবে লিখা হৈছে | মন মগজু জোকাৰি কবিতাবোৰে নিজস্ব গতিৰে ধাবমান হৈছে, নতুনত্ব ভাবেৰে 'পৰিচয়' নামেৰে গতি লৈছে |
 

Parichay

SKU: 9789355971821
$9.00Price
  • Inu Sarma
  • All items are non returnable and non refundable

Choose Store Currency

bottom of page